সোণাৰিত ‘ৰান ফৰ নেচন ৰান ফৰ মোদী’ কাৰ্যসূচী
বিশেষ বাৰ্তা, ৪ মাৰ্চ : আজি ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতি আৰু অসম ৰাজ্যিক সমিতিৰ মহিলা মৰ্চাৰ নিদৰ্শনা মৰ্মে বিভিন্ন প্ৰান্তৰ লগতে সোণাৰিতো ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলা সমিতিৰ মহিলা মৰ্চা সোণাৰি সমষ্টিৰ সোণাৰি মণ্ডলত নতুন ভোটাৰসকলক লৈ নাৰী শক্তি বন্দন মাৰাথন দৌৰ ৰান ফৰ মিচন ৰান ফৰ মোদী কাৰ্যসূচী পালন কৰে । চৰাইদেউ জিলা ভাৰতীয় জনতা…
Read More...