কালুবাৰী শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ সমিতি গঠন
নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ : চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষণৰ মান উন্নত কৰা আৰু শিক্ষাক সমাজ জীৱনৰ স'তে সংপৃক্ত কৰিবলৈ শিক্ষা বিভাগে যুগুতাই উলিয়াইছে কেতবোৰ নিৰ্দেশনা |প্ৰাক্তন ছাত্ৰসকলক বিদ্যালয়ৰ বৰ্তমানৰ স'তে জড়িত ৰাখি শিক্ষানুষ্ঠানৰ প্ৰতি দায়বদ্ধ কৰাৰ লক্ষ্যৰে বিভাগটোৱে বিদ্যালয়ে বিদ্যালয়ে জাৰি কৰিছে নিৰ্দেশনা। সেইমৰ্মে সোমবাৰে নগৰবেৰা কালুবাৰীস্থ…
Read More...