ছমৰীয়াৰ জামলাইত প্ৰধান শিক্ষকৰ হেমাহিৰ ফল ভুগিলে শিক্ষাৰ্থীয়ে
নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰ : কামৰূপৰ ছমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত জামলাই উঃ মাঃ বিদ্যালয়ত দশম মানৰ ছাত্ৰ-ছাত্ৰীয়ে নাপালে অনলাইন পৰীক্ষাৰ সুবিধা। ইংৰাজী বিষয়ৰ মুঠ ১০ নম্বৰৰ পৰা বঞ্চিত হ’বলগীয়া হয় শিক্ষানুষ্ঠানখনৰ মুঠ ৯৭গৰাকীয়ে এই পৰীক্ষাৰ পৰা বঞ্চিত হ’বলগীয়া হয়। স্মৰ্তব্য যে ১ ডিচেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ এই পৰীক্ষাৰ সুবিধা উপলব্ধ আছিল যদিও ভাৰপ্ৰাপ্ত…
Read More...