অসমসহ উত্তৰ-পূবত ভূমিকম্পৰ জোকাৰণি
বিশেষ বাৰ্তা, ৭ ডিচেম্বৰঃ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনকে ধৰি অসমত আজি সন্ধিয়া মৃদু প্রাবল্যৰ এটা ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা অনুসৰি ভাৰতীয় মান সময় মতে আজি সন্ধিয়া ৫ বাজি ৫৯ মিনিট ৬ ছেকেণ্ডত প্ৰায় এটি মৃদু জোকাৰণি অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্যৰ পৰিমাণ আছিল ২.৫ কম্পনাংক।…
Read More...