নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

সাপেখাতী ৰহণত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন

চৰাইদেউ জিলাৰ সাপেখাতী এক নং ৰহণ পথাৰত আজি নাহৰফুটুকী বাঘৰ আক্ৰমণত এজন লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে, ৰহণ অঞ্চলত বিগত কিছুদিনৰ পৰা বাঘে সন্ত্ৰাস চলাই গৰু, ছাগলী নিধন কৰি আহিছে। যোৱানিশাও এক নং ৰহণ পথাৰ ৰহণ ধাদুমীয়া গাঁৱত তিনিটাকৈ ছাগলী নিধন কৰি দিচাং নদীৰ কাষৰ এখন হাবিত পেলাই ৰাখে। ৰহণ ধাদুমীয়া গাঁৱৰ ৰবীন গগৈ নামৰ ব্যক্তিগৰাকীয়ে  ছাগলী…
Read More...

গোলকগঞ্জত ফলবাহী ট্ৰাকৰ পৰা ১২টাকৈ গো-ধন উদ্ধাৰ, ধৃত ২

আজি পুৱা ধুবুৰী জিলাৰ গোলকগঞ্জৰ বিৰাটনগৰ চাৰিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই আৰক্ষীয়ে এখন ফলবাহী চাৰিচকীয়া…

কাইলৈৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক বাৰ্ষিক অধিৱেশন

ডিজিটেল ডেস্ক, ৫ ফেব্ৰুৱাৰী : মাজত মাত্ৰ এটা নিশা। কাইলৈৰ পৰা অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক বাৰ্ষিক…

১৪ ফেব্রুৱাৰীত মৰাণৰ ৰাষ্ট্রীয় ঘাইপথত নামিব যুদ্ধ বিমান ৰাফেল

সমাগত নির্বাচনী যুদ্ধৰ পূর্বে অহা ১৪ ফেব্রুৱাৰীত মৰাণৰ ৰাষ্ট্রীয় ঘাইপথত নামিব যুদ্ধ বিমান ‘ৰাফেল’৷ এই ৰাফেলৰ লগতে…

মাকুমৰ শংকৰদেৱ শিশু নিকেতনত ফ্ৰান্স, ইটালীৰ পৰ্যটকৰ আগমন

আজি মাকুমৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতনৰ শৈক্ষিক কাৰ্যসূচীৰ মাজতেই ফ্ৰান্স, ইটালী আদিৰ…

নগৰবেৰাত ইটাভাতাৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ

কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত জামলাই ইছলামপুৰত ইটাভাতাৰ বিৰুদ্ধে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে।…

বালিপৰাৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ ৯ শিক্ষাৰ্থীৰ ৰাজ্যিক বৃত্তি লাভ

বালিপৰাৰ অগ্ৰণী শিক্ষানুষ্ঠান জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ নগৰাকী শিক্ষাৰ্থীয়ে অসম জাতীয় বিদ্যালয়ৰ সদ্যঘোষিত ৰাজ্যিক…

ঢালিগাঁৱত চিৰাং আৰক্ষীৰ অভিযানত ইথানল চুৰি চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ

স্থানীয় উৎসৰ নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত চিৰাং আৰক্ষীয়ে ঢালিগাঁৱত অভিযান চলাই ইন্ধন চুৰিত জড়িত ৫জন ব্যক্তিক…