ঢকুৱাখনাত মহাপুৰুষীয়া সত্ৰ সমাজৰ ৩৯সংখ্যক ৰাজ্যিক অধিৱেশন
"এখন গ্ৰন্থতকৈ এখন স্মৃতিগ্ৰন্থৰ গুৰুত্ব বহুত বেছি। এখন গ্ৰন্থত নিৰ্দিষ্ট এটা বিষয়ত এজন লেখকৰ চিন্তাৰহে আভাস পাব পাৰি; কিন্তু এখন স্মৃতিগ্ৰন্থৰ জৰিয়তে বহু লেখকে লিখা বিভিন্ন চিন্তা-দৰ্শনসমৃদ্ধ জ্ঞানৰ সৈতে পৰিচয় পাব পাৰি।"- এই মন্তব্য শিক্ষাবিদ ড০ কেশৱ হাজৰিকাৰ।
ঢকুৱাখনাৰ কেমেৰা পুখুৰী মাধৱ ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা মহাপুৰুষীয়া সত্ৰ সমাজ, অসমৰ…
Read More...