দহটা নিয়ম
কিছুদিনৰ আগতে এজন কিশোৰে মোলৈ এখন চিঠি লিখি এটা অনুৰোধ কৰিছিল– ‘ছাৰ, আপোনাৰ কিতাপ পঢ়ি জানিব পাৰিছোঁ যে এসময়ত আপোনাৰ স্বাস্থ্য খুব বেয়া আছিল৷ কিন্তু আপুনি দৃঢ় প্রতিজ্ঞ হৈ আৰু বহুত যত্ন কৰি নিজৰ ভগ্ণ স্বাস্থ্য মেৰামতি কৰিলে৷ যি মানুহে আনক উপদেশ দিয়াৰ আগতে স্বাস্থ্যৰ নীতি–নিয়মবোৰ নিজৰ জীৱনত সফলভাৱে প্রয়োগ কৰে একমাত্র তেনেকুৱা মানুহৰে আনক উপদেশ দিবলৈ…
Read More...