গগৈবিহীন কংগ্রেছ
কোনেও কাৰো ৰিক্ত স্থান পূর্ণ কৰিব নোৱাৰে৷ মৃত্যুৰ এইটোৱে সবাতকৈ ডাঙৰ ট্রেজেডী৷ মানুহ এজন যিমানেই সাধাৰণ নতুবা নগণ্য নহওক কিয়, তেওঁৰো এটা সুকীয়া সত্তা থাকে৷ এটা নির্দিষ্ট পৰিমণ্ডলত জুখিব নোৱাৰাকৈ এটা গুৰুত্ব থাকে৷ কিন্তু ব্যক্তিগৰাকী যদি তৰুণ গগৈ হয়, তেন্তে মৃত্যুৱে সৃষ্টি কৰা শূন্যতাটো কাৰোবাৰ বাবে মহাসাগৰতকৈ গভীৰ, আকাশতকৈ সীমাহীন বিশাল হৈ পৰে৷…
Read More...