চৌধুৰীদেৱ, বজাৰৰ জুইকুৰা দেখিছেনে?
খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মাননীয় মন্ত্রী শ্রীযুত ফণীভূষণ চৌধুৰীদেৱ, নমস্কাৰ গ্রহণ কৰিব৷ ৰাইজৰ, আপোনাৰ আৰু আটাইৰে মংগলার্থে আপোনাক দুৱাষাৰমান কথা ৰাজহুৱাকৈ ক’বলগীয়াত পৰিছোঁ৷ আপুনি নিজে জানেই যে আপুনি অসম মুলুকৰ মাথোন খাদ্য মন্ত্রী তথা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ মন্ত্রীহে নহয়, গ্রাহক ৰাইজে উপভোগ কৰা বা কৰিবলৈ নোপোৱা কিন্তু তাকে কৰিবলৈ পাবলগীয়া…
Read More...