মানুহে কি ক’ব ?
🔹 ড০ পার্থসাৰথি মহন্ত
‘মানুহে কি ক’ব?’
‘অলপ সৰুকৈ কথা কচোন৷ মানুহে শুনিলে কি ক’ব?’
‘এইখন কি কৰিছ? মানুহে দেখিলে কি ক’ব?’
‘কি পিন্ধিছ এইবোৰ? মানুহে কি ক’ব?’
মুঠতে মানুহে কি ক’ব? মানুহে কি ক’ব? অর্থাৎ আনে কি ক’ব? আনে কি ভাবিছে? নিজে কি ভাবিছোঁ, কি ক’ব খুজিছোঁ কোনো কথাই নহয়৷
মানুহৰ মানসিকতাৰ এটা অতিৰঞ্জক দিশ৷ আনৰ চিন্তা, মত, মন্তব্যই নিৰূপণ…
Read More...