ডিকোডিং জীৱনঃ মই অপিনিয়ন মেকাৰ হ’ব খোজোঁ
পার্থসাৰথি মহন্ত
আমাৰ মানে সাধাৰণ ৰাইজৰ প্রতিটো ইছ্যু বা বিষয়ৰ ওপৰত এটা নিজা মত থাকে৷ আমি তেনেকৈয়ে ভাবোঁ৷ এই মতটো কিমান আমাৰ নিজৰ মত? কাৰণ ইছ্যুটো প্রথম বনাওঁতেই বা কথাটো হওঁতেই কিছুমান নলেজ লৈহে খবৰটো আমাৰ ওচৰ পায়হি৷ এই মানুহখিনিয়ে নিজা ধৰণেহে খবৰটো আমাৰ কাণত পেলায়৷ কিবা কাৰণে যদি খবৰটো কেঁচাকেই ওলাই গ’ল, তাৰ পাছতো এনে ধৰণে কথা ক’ব বা…
Read More...