সামাজিক ন্যায় প্রদানত জননায়ক কর্পূৰী ঠাকুৰৰ অনবদ্য অৱদান
প্রবীণ ৰাজনীতিক, বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী কর্পূৰী ঠাকুৰৰ ১০০সংখ্যক জন্মদিনত শ্রদ্ধাঞ্জলি
নৰেন্দ্র মোদী
ভাৰতৰ প্রধানমন্ত্রী
আজি জননায়ক কর্পূৰী ঠাকুৰজীৰ জন্ম শতবার্ষিকী, যিগৰাকী ব্যক্তিৰ সামাজিক ন্যায়ৰ নিৰন্তৰ সাধনাই কোটি কোটি লোকৰ জীৱনত ইতিবাচক প্রভাৱ পেলাইছিল৷ মই কেতিয়াও কর্পূৰীজীক সোঁশৰীৰে লগ পোৱাৰ সুযোগ পোৱা নাছিলোঁ, কিন্তু মই তেওঁৰ সৈতে…
Read More...