দুর্বল নে শক্তিশালী? কোন পৰাক্রমী?
‘আপুনি কান্দিব পাৰেনে?’
‘আনে দেখি থাকিলেও’
আনে দেখি থাকিলে আমি চকুপানী কিয় ৰখাই দিওঁ? বিশেষকৈ পুৰুষসকলে চকুপানী ওলোৱা মানেই দুর্বল নেকি?
যি সঁচাকৈ শক্তিশালী তেওঁ আনলৈ কেৰেপ নকৰে৷ প্রাণ খুলি হাঁহে, অন্তৰ উজাৰি কান্দে৷ খেলত জিকিলেও তেওঁৰ চকুপানী ওলায়, হাৰিলেও ওলায়৷ তেওঁ চিনেমা চাওঁতেও কান্দিব, বাস্তৱ জীৱনতো কান্দিব৷ শক্তিৰ চার্টিফিকেটখন তেওঁক…
Read More...