জাৰৰ দিনত সদ্যোজাতৰ যতন
সংগোপনে নামিছে শীত। জাৰৰ প্ৰকোপত এতিয়া ৰক্ষা নোপোৱা অৱস্থা। এই সময়ত প্ৰায় সকলোৰে জ্বৰ, চৰ্দি হোৱাৰ সম্ভাৱনা থাকে। বিশেষকৈ জাৰৰ পৰা ৰক্ষা কৰিবলৈ শিশুসকলৰ প্ৰতি অধিক গুৰুত্ব দিব লগা হয়। তাতেই নতুন মাতৃৰ ক্ষেত্ৰত এনে সময়ত নিজৰ লগতে সদ্যোজাতৰ যতন লোৱা যথেষ্ট কঠিন হৈ উঠে। বিশেষজ্ঞ চিকিৎসকে কি উপায় দিয়ে তেনে মাতৃক, তাকেই চাওঁ-
শিশুটিৰ লগতে নিজেও…
Read More...