ডিজিটেল প্ৰচাৰ, ৩ ডি টেকন’লজীৰে প্ৰচাৰৰ চমক দিব বিজেপিয়ে
নিয়মীয়া বাৰ্তা,৮ জানুৱাৰীঃ এফালে দেশত ক'ভিডৰ ভয়াৱহ লহৰ, আনপিনে ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন। এই ৫ ৰাজ্যৰ ভিতৰত আছে উত্তৰ প্ৰদেশৰ দৰে বৃহৎ ৰাজ্যও, যিয়ে দেশৰ ৰাজনীতিত লৈ আহিছে মুখ্য় ভূমিকা। ক'ভিডৰ তৃতীয় ঢৌৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰতো বাধা-বাধকতা আহি পৰিছে। সেয়ে নতুন চিন্তা কৰিবলৈ বাধ্য হৈছে প্ৰতিটো ৰাজনৈতিক দল। এইবাৰ ডিজিটেল প্ৰচাৰ জোৰদাৰ কৰিবলৈ…
Read More...