প্লে’অফৰ পূর্বে জয়ৰ ছন্দলৈ প্রত্যাৱর্তনৰ লক্ষ্য ৰয়েলছৰ
🔹 গুৱাহাটীত আজি ৰাজস্থান ৰয়েলছৰ প্রতিদ্বন্দ্বী নাইট ৰাইডার্ছ
বিশেষ বাৰ্তা, ১৯ মে’ : চলিত ১৭সংখ্যক ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ অন্তিম দুখন লীগ খেলত অংশ লোৱাৰ বাবে গুৱাহাটীলৈ অহা ৰাজস্থান ৰয়েলছে আজি বর্ষাপাৰাৰ এচিএ ষ্টেডিয়ামত হ’ব লগা দ্বিতীয়খন মেচত পইণ্ট তালিকাৰ শীর্ষত থকা কলকাতা নাইট ৰাইডার্ছৰ বিৰুদ্ধে অৱতীর্ণ হ’ব৷ উল্লেখ্য যে বর্তমান পইণ্ট তালিকাৰ…
Read More...