আইপিএলৰ প্লে’অফৰ দৌৰৰ পৰা বাহিৰ পঞ্জাব কিংছ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ মে' : পঞ্জাব কিংছে দ্বিতীয়টো দল হিচাপে চলিত আইপিএলৰ প্লে’অফৰ দৌৰৰ পৰা বাহিৰ হয়৷ বৃহস্পতিবাৰে ধৰমশালাত অনুষ্ঠিত বিজয় অপৰিহার্য মেচখনত পঞ্জাব কিংছে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ হাতত ৬০ ৰানত পৰাস্ত হয়৷ মেচখনত বিজয় সাব্যস্ত কৰি আৰচিবিয়ে প্লে’অফত প্রৱেশৰ আশা সজীৱ কৰি তুলিছে৷ ১২খন মেচৰ পৰা ১০ পইণ্ট সংগ্রহ কৰি পইণ্ট তালিকাৰ সপ্তম…
Read More...