মহিলা টি–২০ বিশ্বকাপৰ পুৰস্কাৰৰ ধন ১০ শতাংশ বৃদ্ধি
ডিজিটেল ডেস্ক, ১৪ এপ্রিল : আইচিচি মহিলা টি–২০ বিশ্বকাপ আৰম্ভ হ’বলৈ দুমাহৰ কম দিন বাকী৷ সোমবাৰে আইচিচিয়ে প্রতিযোগিতাখনৰ বাবে পুৰস্কাৰৰ ধন ঘোষণা কৰে৷ ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত হ’ব এই প্রতিযোগিতাখন৷ এইবাৰ যোৱাবাৰৰ তুলনাত ১০ শতাংশ বৃদ্ধি পাইছে পুৰস্কাৰৰ ধন৷ ১২ জুনৰ পৰা আৰম্ভ হ’বলগীয়া প্রতিযোগিতাখনৰ প্রথমখন খেল আয়োজক দেশ ইংলেণ্ডে শ্রীলংকাৰ বিৰুদ্ধে…
Read More...