ফিফাৰ বর্ষশ্রেষ্ঠ ফুটবলাৰৰ সন্মান লিঅ’নেল মেছি
বিশেষ বাৰ্তা, ১ মাৰ্চঃ কিলিয়ান এমবাপে আৰু কৰিম বেঞ্জামাক পৰাজিত কৰি ফিফাৰ বিচাৰত এই বছৰৰ শ্রেষ্ঠ ফুটবলাৰৰ সন্মান অর্জন কৰিলে লিঅ’নেল মেছিয়ে৷ বিশ্বকাপ ফুটবলত এমবাপেৰ দল ফ্রান্সক হৰুৱাই খিতাপ অর্জন কৰা মেছিয়ে পুনৰবাৰ পৰাজিত কৰিলে ফৰাচী তাৰকাগৰাকীক৷ এই পুৰস্কাৰ লাভৰ বাবে মেছিয়ে ৫২ পইণ্ট লাভ কৰাৰ বিপৰীতে এমবাপেই ৪৪ আৰু তৃতীয় স্থানত থকা বেঞ্জামাই লাভ…
Read More...