গোপন অংগত স্পর্শ কৰিছিল পৃথ্বিয়ে! জে’লৰ পৰা ওলায়েই ওলোটা সুৰ স্বপ্নাৰ
নিয়মীয়া বাৰ্তা, ২৩ ফ্ৰেব্ৰুৱাৰীঃ পৃথ্বি শ্বক প্রহাৰ কৰাৰ অভিযোগত গ্রেপ্তাৰ কৰা হয় এগৰাকী ছ’চিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ আৰু অভিনেত্রীক৷ জামিন লাভ কৰাৰ পিছত ওলোটাই পৃথ্বিৰ বিৰুদ্ধেই শ্লীলতাহানিৰ অভিযোগ কৰে স্বপ্না গিল নামৰ ভোজপুৰী অভিনেত্রীগৰাকীয়ে৷ সোমবাৰে মুম্বাই থানালৈ গৈ পৃথ্বি শ্বৰ বিৰুদ্ধে অভিযোগ তুলি স্বপ্ণাই কয় যে ক্রিকেটাৰগৰাকীয়ে তেওঁৰ শৰীৰৰ…
Read More...