ক্রাইষ্টচার্চত আজি অন্তিম এদিনীয়া
নিয়মীয়া বাৰ্তা, ৩০নৱেম্বৰ: চলিত ভাৰত–নিউজিলেণ্ড শৃংখলাত প্রতিকূল বতৰে অতি বেয়া প্রভাৱ পেলাইছে৷ দ্বিতীয়খন মেচ বৰষুণৰ বাবে পৰিত্যক্ত হোৱাৰ পিছত আজি অনুষ্ঠিত হ’ব লগা এদিনীয়া শৃংখলাৰ অন্তিমখন মেচত বৰষুণে বিধি–পথালি নিদিব বুলি আশা কৰিছে দুয়োটা দলে৷ অ’কলেণ্ডত অনুষ্ঠিত প্রথমখন এদিনীয়াত ৭ উইকেটত জয়লাভ কৰি শৃংখলাত ১–০ ব্যৱধানত অগ্রগতি লাভ কৰিছে নিউজিলেণ্ডে৷…
Read More...