সুস্থ হৈ উঠিছে পাক বলাৰ: বিশ্বকাপত ভাৰতৰে খেলিব শ্বাহিনে
নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ: টি–২০ বিশ্বকাপত শ্বাহিন আফ্রিদীৰ খেলাৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ আঘাতৰ পৰা প্রায় সুস্থ হৈ উঠিছে পাকিস্তানৰ দ্রুতবেগী বলাৰগৰাকী৷ সকলো ঠিকে থাকিলে তেৱেঁই অষ্ট্রেলিয়াৰ মাটিত পাকিস্তানৰ বলিং আক্রমণৰ নেতৃত্ব দিব৷ এছিয়া কাপত পাকিস্তান দলত শ্বাহিনক ৰখা হৈছিল যদিও তেওঁ এখন মেচতো খেলিব নোৱাৰিলে৷ টি–২০ বিশ্বকাপত তেওঁক পাবৰ বাবে…
Read More...