ম’হালিত আজি ভাৰত–অষ্ট্রেলিয়াৰ প্রথম টি–২০
নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰ: আসন্ন টি–২০ বিশ্বকাপৰ পূর্বে অষ্ট্রেলিয়া আৰু দক্ষিণ আফ্রিকাৰ বিপক্ষে খেলিবলগীয়া ছয়খন মেচ ভাৰতৰ বাবে অন্তিম প্রস্তুতিৰূপে পৰিগণিত হৈছে৷ সেইবাবে এই দুটা শৃংখলাত ভাৰতীয় দলৰ খেলুৱৈসকলে সর্বোচ্চ উজাৰি দিব বুলি আশা প্রকাশ কৰিছে অধিনায়ক ৰোহিত শর্মাই৷ বেটিং বলিং উভয় বিভাগে বিশ্বকাপৰ বাবে নিজকে প্রস্তুত কৰিবলৈও খেলুৱৈসকলক…
Read More...