নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

ক্রীড়া-জগত

ফিফা বিশ্বকাপৰ নকআউটত প্ৰথমবাৰৰ বাবে জয় লাভ কানাডাৰ

ফিফা বিশ্বকাপ ২০২৬ৰ নকআউট পৰ্যায়ত সহঃ আয়োজক কানাডাই ইতিহাস ৰচনা কৰিছে। সোমবাৰে অনুষ্ঠিত ৰাউণ্ড অৱ ৩২ৰ মেচত দক্ষিণ আফ্ৰিকাক ১-০ গ'লত পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে স্থান নিশ্চিত কৰে কানাডাই। মেচখনৰ ভাগ্য নিৰ্ধাৰণ কৰা গ'লটো আহে ইনজুৰি টাইমৰ ৯২ মিনিটত। মিডফিল্ডাৰ ষ্টিফেন ইউষ্টাকিঅই পেনাল্টী বক্সৰ বাহিৰৰ পৰা মৰা শক্তিশালী নিম্ন…
Read More...

কেপ ভাৰ্ডেৰ ইতিহাস, ৰাউণ্ড অৱ ৩২ত বিশ্বৰ সৰ্বনিম্ন জনসংখ্যাৰ দেশ

ফিফা বিশ্বকাপ ২০২৬ত কেপ ভাৰ্ডেই ইতিহাস ৰচনা কৰিছে। আফ্ৰিকাৰ পশ্চিম উপকূলত অৱস্থিত প্ৰায় ৫.৫ লাখ জনসংখ্যাৰ এই সৰু…

ডেম্বেলেৰ হেটট্ৰিকেৰে নৰৱেক ৪-১ গ’লত হৰুৱালে ফ্ৰান্সে

ফিফা বিশ্বকাপ ২০২৬ত ফ্ৰান্সে দমনীয় প্ৰদৰ্শন অব্যাহত ৰাখিছে। গ্ৰুপ ‘I’ৰ অন্তিম মেচত নৰৱেক ৪-১ গ'লত পৰাস্ত কৰি…

স্কটলেণ্ডক পৰাস্ত কৰি নকআউট পৰ্যায়ত প্ৰৱেশ ব্ৰাজিলৰ

ফিফা বিশ্বকাপ ২০২৬ৰ এখন গুৰুত্বপূৰ্ণ মেচত ব্ৰাজিলে স্কটলেণ্ডক ৩-০ গ'লত পৰাস্ত কৰি ৰাউণ্ড অৱ ৩২-ত নিজৰ স্থান নিশ্চিত…

ফিফা বিশ্বকাপত উজবেকিস্তানক ৫-০ত উৰুৱাই পৰ্তুগালৰ প্ৰথম জয়

ফিফা বিশ্বকাপ ২০২৬ত সমালোচকৰ মুখ বন্ধ কৰি দুটা গ’লৰে উজলি উঠিল ক্ৰিষ্টিয়ানো ৰ'নাল্ডো। মঙলবাৰে হিউষ্টনত অনুষ্ঠিত…

বিশ্বকাপত এমবাপেৰ দপদপনি, শীৰ্ষ-৩২ৰ দুৱাৰমুখত ফ্ৰান্স

ফিফা বিশ্বকাপ ২০২৬ত কিলিয়ান এমবাপেৰ অনবদ্য প্ৰদৰ্শনৰ সহায়ত সোমবাৰে (২২ জুন) ইৰাকক ৩-০ গ'লত পৰাস্ত কৰি শীৰ্ষ-৩২ৰ…