নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

স্বাস্থ্য বাৰ্তা

কিডনীৰ যতন আৰু স্বাস্থ্যৱান জীৱন

কিডনী বা বৃক্ক মানৱ শৰীৰৰ অতি গুৰুত্বপূর্ণ অংগ৷ মানুহৰ প্রধান ৰেচন অংগ এই কিডনী উদৰ গহ্বৰৰ ওপৰত তথা ৰাজহাডৰ দুয়ো কাষে অৱস্থিত৷ সোঁ কিডনীতকৈ ও কিডনী অলপ ওপৰত অৱস্থিত৷ উৰহী গুটি আকৃতিৰ এই অমূল্য অংগই আমাৰ দেহৰ জনীয় দ্র্ব্য াহিৰ কৰি দিয়ে৷ আমি মুখৰ সৌন্দর্য বা চুলিৰ সৌন্দর্যত যিমান গুৰুত্ব দিওঁ, দুর্ভাগ্যজনকভাৱে কিডনীৰ যতনৰ ওপৰত সিমানখিনি গুৰুত্ব…
Read More...

গৰমৰ দিনত প্ৰযোগ কৰক এইসমুহ স্কীণ কেয়াৰ টিপছ্

নিয়মীয়া বাৰ্তা, ৩জুলাই: গ্ৰীষ্মকালত ছালৰ জ্বলা-পোৰা আৰু টেনিং হয় । ইয়াৰ চিকিৎসাৰ বাবে মানুহে প্ৰাকৃতিক সামগ্ৰী…

উজ্জ্বল হাঁহিৰ বাবে ভালে ৰাখিব লাগিব দাঁত

দাঁত সুস্থ কৰি ৰাখিব পাৰিলে বহুতো সমস্যাৰ পৰাই হাত সাৰিব পাৰি৷ প্রায়ভাগ লোকেই দাঁত দুপাৰি ভালে ৰাখিবলৈ চেষ্টা কৰে…

চকুৰ স্বাস্থ্য আৰু ভাল দৃষ্টিশক্তি বজাই ৰখাৰ বাবে ৪ টা বিশেষ টিপছ

লেপটপ/কম্পিউটাৰ সঠিক দূৰত্বত ৰাখিব: বহুলোকে তেওঁলোকৰ ডিজিটেল সঁজুলিবোৰ চকুৰ একেবাৰে ওচৰতে ৰাখে । এনে লোকসকলৰ…