বয়োজ্যেষ্ঠসকলৰ দাঁতৰ যতন কেনেদৰে ল’ব
বছৰৰ লেখেৰে ৬৫ বছৰমান বয়স হোৱাৰ লগে লগে ব্যক্তিৰ দেহত কিছুমান শাৰীৰিক বা মানসিক পৰিৱর্তন আহে আৰু সেইবোৰ বিশেষকৈ শৰীৰ আৰু শৰীৰতন্ত্রৰ ক্রিয়া–প্রতিক্রিয়া তাৰতম্যৰ ফলত উদ্ভৱ হয়৷ আৰু এনেবোৰে কাৰণতে আমাৰ মুখগহ্বৰতো নানান সমস্যাই দেখা দিয়ে৷ বয়োজ্যেষ্ঠসকলৰ সাধাৰণতে হোৱা মুখগহ্বৰৰ এটা সমস্যা হৈছে মুখত লেলাৱটিৰ পৰিমাণ কমি যোৱা, যাক চিকিৎসা বিজ্ঞানত ড্রাই…
Read More...