ধৈর্য–মানসিক শক্তিয়ে ক’ভিড জয়ৰ মূলমন্ত্র
আমাৰ ঘৰৰ ওপৰেৰে এজাক প্রচণ্ড ধুমুহা পাৰ হৈ গ’ল৷ প্রায় ১০–১২ দিন ইয়াৰ তাণ্ডৱ চলিল৷ কিন্তু প্রচণ্ড মানসিক শক্তি আৰু ভগৱানৰ আশীর্বাদত আমাৰ ঘৰখনলৈ পুনৰ স্বাভাৱিক অৱস্থা ঘূৰি আহিল৷ ‘ৰাখে হৰি মাৰে কোনে’– এই বাক্য সাৰোগত কৰিলোঁ আৰু নিজৰ শৰীৰৰ ওপৰত মানসিক শক্তিৰে ব্যায়াম কৰিলোঁ, গান শুনিলোঁ৷ অৱশেষত ৮ দিন জয়সাগৰ ক’ভিড হাস্পতালত থাকি নিজৰ ঘৰখনলৈ ঘূৰি আহিলোঁ৷…
Read More...