পালচ অক্সিমিটাৰ কেনেদৰে ব্যৱহাৰ কৰিব ?
তেজত থকা অক্সিজেনৰ স্তৰ (অক্সিজেন সংপৃক্ততা) জোখাৰ বাবে পালচ অক্সিমিটাৰ ব্যৱহাৰ কৰা হয়। তেজৰ অক্সিজেনৰ স্তৰ অনুমান কৰাৰ বাবে পালচ অক্সিমিটাৰ এটা উপযোগী। অক্সিজেন সংপৃক্ততাই (oxygen saturation) তেজত কঢ়িয়াই অনা অক্সিজেনৰ পৰিমাণৰ বিষয়ে তথ্য দিয়ে। পালচ অক্সিমিটাৰে তেজৰ নমুনা নোলোৱাকৈ তেজত অক্সিজেনৰ পৰিমাণ অনুমান কৰিব পাৰে।
চৰকাৰে টুইটাৰযোগে পালচ…
Read More...