কাইলৈ গুৱাহাটীত “আপোনাৰ লিভাৰৰ বাবে দৌৰ”
✅শুকুৰবাৰে গুৱাহাটীৰ লতাশিলৰ পৰা নেহৰু ষ্টেডিয়ামলৈ সজাগতা সমদল
✅গুৱাহাটীত সপ্তাহজোৰা হেপাটাইটিছৰ সজাগতা কার্যসূচী
✅নর্থ ইষ্ট ডাইজেষ্টিভ এণ্ড লিভাৰ ফাউণ্ডেচনৰ উদ্যোগ
বিশেষ বাৰ্তা, ২৭ জুলাই : নৰ্থ ইষ্ট ডাইজেষ্টিভ এণ্ড লিভাৰ ফাউণ্ডেচনে সাধাৰণ ৰাইজৰ মাজত হেপাটাইটিছ ৰোগ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে গুৱাহাটীত এক সপ্তাহজোৰা কাৰ্যসূচীৰ আয়োজন কৰিছে।…
Read More...