মাতৃৰ আশিস লৈ হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে মনোনয়ন দাখিল মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ
ডিজিটেল ডেস্ক, ২০ মাৰ্চ : অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে (২০ মাৰ্চ) আগন্তুক ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। তেওঁ খানাপাৰাস্থিত ভেটেৰিনেৰী কলেজ ফিল্ডৰ পৰা এক বিশাল ৰেলী উলিয়াই কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ পূৰ্বে পুৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত…
Read More...