মূল্য কমিল টকাৰ, দাম বাঢ়িল প্রিমিয়াম পেট্র’লৰ
যোৱা তিনি সপ্তাহ ধৰি অব্যাহত আছে পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতি৷ এই পৰিস্থিতিৰ প্রভাৱ পৰিছে সমগ্র বিশ্বত৷ বাদ পৰি ৰোৱা নাই ভাৰতৰ অর্থনীতিও৷ ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য হ্রাসে সর্বকালীন ৰেকর্ড গঢ়িছে৷
শুকুৰবাৰে সর্বাধিক পতন হয় ভাৰতীয় টকাৰ মূল্যৰ৷ ডলাৰৰ নিৰিখত টকাৰ মূল্য হ্রাস পাই হ’লগৈ ৯৩.২৪ টকা৷ যুদ্ধৰ ফলত বিশ্বৰ বজাৰত হোৰাহোৰে বৃদ্ধি পাইছে তেলৰ…
Read More...