দিল্লীত উপ-ৰাষ্ট্রপতিসহ একাধিক কেন্দ্রীয় মন্ত্রীক সাক্ষাৎ মুখ্যমন্ত্রীৰ
অসমক দেশৰ ভিতৰতে এক আগশাৰীৰ উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে দিল্লী ভ্রমণৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় কেইবাগৰাকীও মন্ত্ৰী আৰু উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰি ৰাজ্যৰ উন্নয়নমূলক বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়কলৈ আলোচনাত মিলিত হয়।
ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে এক সুদূৰপ্ৰসাৰী লক্ষ্য সমুখত ৰাখি মুখ্যমন্ত্রীয়ে কেন্দ্রীয়…
Read More...