আজিৰ দিনটোৰ ৰাশিফল
আজি ৩ জুন, জেঠ মাহৰ ১৯ তাৰিখ
বুধবাৰ : তিথি–কৃষ্ণা প্রতিপাদ, নক্ষত্র : পূর্বফাল্গুনী, যাত্রা : নাই
মেষ : ব্যৱসায়ত লাভৰ মাত্রা বৃদ্ধি পাব৷ স্বাস্থ্য সম্পর্কে সাৱধান হ’ব৷ অধ্যয়নত মনোনিৱেশ কৰা বাঞ্ছনীয়৷ বিয়া–বাৰুৰ কথাত আগনবঢ়াই ভাল৷
বৃষ : পৈতৃক সম্পত্তি সম্পর্কীয় কথাই মনত আনন্দ দিব৷ চাকৰিত সাফল্য লাভৰ যোগ৷ প্রেমত সাৱধান হ’ব৷স্বাস্থ্য মধ্যমীয়া৷
মিথুন…
Read More...