পাকিস্তানৰ কোৱেটাত ভয়ংকৰ বিস্ফোৰণত ২৪জন নিহত, আহত অৰ্ধশতাধিক
ডিজিটেল ডেস্ক, ২৪ মে' : পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কোৱেটা প্ৰদেশত পুনৰ বিদ্ৰোহীৰ লক্ষ্য হৈ পৰিল জাফৰ এক্সপ্ৰেছ। দেওবাৰে কোৱেটাৰ চমন ফাটকৰ ওচৰত এখন যাত্ৰীবাহী ৰে'লত আত্মঘাতী বোমা বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ ফলত ৰে'লখনৰ কেইবাটাও দবা ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হয়। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এই ঘটনাত অন্তত ২৪ জনৰ মৃত্যু হৈছে। লগতে ৫০জনতকৈও অধিক লোক…
Read More...