প্ৰতিশোধ কেৱল সময়ৰ অপেক্ষা… ট্ৰাম্প দুহিতাক লক্ষ্যৰে ভয়ংকৰ পৰিকল্পনা
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কন্যা ইভানকা ট্ৰাম্পক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগে চাঞ্চল্য সৃষ্টি কৰিছে। সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, ইৰানৰ ইছলামিক ৰেভলিউশ্যনাৰী গাৰ্ডছ কৰ্পছ (IRGC)-ৰ প্ৰশিক্ষিত এজন কমাণ্ডাৰে ইভানকা ট্ৰাম্পক লক্ষ্য কৰি পৰিকল্পনা কৰিছিল।
‘নিউয়ৰ্ক পোষ্ট’-ৰ প্ৰতিবেদন অনুসৰি, আইআৰজিচিৰ জড়িত সন্দেহভাজন আতংকবাদী মহম্মদ…
Read More...