গুৱাহাটীত পুনৰ Hit and Run : ট্ৰাকে মহটিয়ালে এজনক
গুৱাহাটীত পুনৰ HIT AND RUNৰ ঘটনা।
ট্ৰাকে মহটিয়ালে এজন লোকক।
জুৰোড নাৰ্ছাৰীৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা।
আহত লোকজনক সংকটজনক অৱস্থাত ততাতৈয়াকৈ লৈ যোৱা হৈছে GMCHলৈ।
দুৰ্ঘটনাত থিতাতে নিহত হৈছিল পথচাৰীগৰাকী।
GMCHত চিকিৎসকে মৃত ঘোষণা কৰে লোকজনক।
লোকজনৰ নাম প্ৰদীপ কুমাৰ সিং।
তেওঁ গুৱাহাটীৰ নয়নপুৰৰ বাসিন্দা বুলি জানিব পৰা…
Read More...