সাগৰ জিনি উভতিল উত্তৰ গুৱাহাটীৰ গৌৰৱ কমল কৃষ্ণ দাস
সাগৰৰ উত্তাল ঢৌ, ধুমুহা আৰু নানা প্ৰতিকূলতাক প্ৰতিহত কৰি এক বিৰল সফলতা অর্জন কৰিলে উত্তৰ গুৱাহাটীৰ প্ৰতিভাৱান সাঁতোৰবিদ কমল কৃষ্ণ দাসে। শ্ৰীলংকাৰ ‘পাল্ক ষ্ট্ৰেইট’ৰ ২৯ কিলোমিটাৰ দৈৰ্ঘ্য সফলতাৰে অতিক্ৰম কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে কমলে।
সাগৰ জয় কৰি আজি উত্তৰ গুৱাহাটী মধ্যমখণ্ডস্থিত নিজ বাসভৱনত উপস্থিত হয় কমল কৃষ্ণ দাস। ঘৰলৈ উভতি আহি তেওঁ ঘোষণা…
Read More...