জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে চলোৱা অপমানসূচক প্ৰচাৰক লৈ আইনী তদন্তৰ সন্মুখীন প্ৰতিদিন গ্ৰুপ
কামৰূপ (মেট্ৰ’)ৰ দেৱানী আদালতত চলি থকা কাৰ্যবিধিত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে মানহানিকাৰক, বিভ্ৰান্তিকৰ আৰু ভাৱমূৰ্তি ম্নান কৰা বিষয়বস্তু প্ৰকাশ কৰাৰ অভিযোগত 'অসমীয়া প্ৰতিদিন', 'প্ৰতিদিন টাইম' আৰু নিতুমণি শইকীয়াকে ধৰি সংশ্লিষ্ট ব্যক্তিৰ দ্বাৰা প্ৰচাৰিত কেতবোৰ প্ৰতিবেদন, সম্প্ৰচাৰ আৰু ৰাজহুৱা বক্তব্য আইনী তদন্তৰ আওতালৈ অনা হৈছে।
আদালতত…
Read More...