২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল, এক্সযোগে জনালে মুখ্যমন্ত্ৰীয়ে
ডিজিটেল ডেস্ক, ২৩ এপ্ৰিল : ৰাজ্যৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। অহা ২৮ এপ্ৰিলত উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব। এই কথা ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ এক্স হেণ্ডেলত পোষ্টৰ জৰিয়তে জানিবলৈ দিয়ে।
জানিব পৰা মতে, পুৱা ১০ বজাৰ লগে লগে ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে। কলা,…
Read More...