মৰিয়নিৰ চুবুৰিয়ে চুবুৰিয়ে বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ
ডিজিটেল ডেস্ক, ৩ এপ্ৰিল : মৰিয়নি সমষ্টিত নিৰ্বাচনী গৰম বতাহ বৃদ্ধি পাইছে। বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়েও চুবুৰিয়ে চুবুৰিয়ে মাৰাথন প্ৰচাৰ চলাই ভোটাৰৰ সৈতে প্ৰত্যক্ষ যোগাযোগ স্থাপন কৰিছে। তেওঁ নিজৰ জয়ৰ ক্ষেত্ৰত অত্যন্ত আত্মবিশ্বাস প্ৰকাশ কৰি এইবাৰো জনতাৰ আশীৰ্বাদ লাভ কৰাৰ আশা ব্যক্ত কৰে।
নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰূপজ্যোতি কুৰ্মীয়ে কয়- ২৫ বছৰ ধৰি…
Read More...