নির্বাচনী ব্যয় ৪০ লাখ অতিক্রম কৰিলেই বাতিল হ’ব প্রার্থীৰ মনোনয়ন
ডিজিটেল ডেস্ক, ৩১ মার্চ : ৰাজ্যত অহা ৯ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচন- ২০২৬ অধিক স্বচ্ছ, ন্যায়সংগত আৰু ব্যয় নিয়ন্ত্রিত কৰি তুলিবলৈ ভাৰতৰ নির্বাচন আয়োগে কঠোৰ নির্দেশনা জাৰি কৰিছে৷ বিশেষকৈ সামাজিক মাধ্যম, যেনে– ফেচবুক আদি মাধ্যমৰ ওপৰত কঠোৰ নিৰীক্ষণ আৰম্ভ কৰিছে নির্বাচন আয়োগে৷
উল্লেখ্য যে প্রতিগৰাকী প্রার্থীৰ অফিচিয়েল সামাজিক মাধ্যমৰ…
Read More...