ৰাজস্থান ৰয়েলছৰ বিক্রীয়ে প্রভাৱ পেলাব অসম ক্রিকেটত…
ডিজিটেল ডেস্ক, ৩০ মার্চ : ‘অসম ক্রিকেট সন্থাৰ তত্ত্বাৱধানত চলিত বর্ষৰ শেষৰফালে আৰু অহা বছৰৰ আৰম্ভণিতে ক্রমে টি–২০ আৰু টেষ্ট মেচ অনুষ্ঠিত হোৱাৰ খবৰে অনুৰাগীক উৎফুল্লিত কৰি তুলিছে৷ তদুপৰি, বর্ষাপাৰাত আয়োজন কৰা হৈছে ৩খনকৈ আইপিএলৰ মেচ৷ ইয়াৰ বাবে সকলো কৃতিত্ব নিশ্চিতভাৱে বিচিচিআইৰ সচিব তথা অসম সন্তান দেৱজিত শইকীয়াৰ৷’– এই মন্তব্য অসম ক্রিকেট সন্থাৰ…
Read More...