অখিল গগৈ এইবাৰ ধৰাশায়ী হ’ব, ৰাইজক দলৰ সভাপতিক তুলাধুনা অতুল বৰাৰ
ডিজিটেল ডেস্ক, ২৯ মাৰ্চ : ৰাইজৰ দলৰ সভাপতি তথা বিৰোধী ঐক্যমঞ্চৰ শিৱসাগৰৰ প্ৰাৰ্থী অখিল গগৈ বলিয়া হৈছে, উন্মাদ হৈছে ৷ স্বাভাৱিকতে হ'বই ৷- শিৱসাগৰ বিধায়ক অখিল গগৈক তুলাধুনা দিলে অগপৰ সভাপতি অতুল বৰাই।
বৰাই কয়- নিৰ্বাচন আহিলে অখিল গগৈৰ লম্ফ-জম্ফ অলপ বেছি হয়েই ৷ যোৱা পাঁচ বছৰ বিধায়ক হৈ যি সোৱাদ পালে, সেই সোৱাদ এতিয়া অখিল গগৈয়ে এৰিব পৰা নাই ৷ এইবাৰ…
Read More...