মহাত্মাৰ সোঁৱৰণত
'Love is the only sane and satisfactory answer to the problem of humam existance'.
Dr. Erich Fromm
আজিৰ পৰা প্রায় তিনি কুৰি বছৰৰ আগৰ কথা৷ আজিৰ তুলনাত এখন অনগ্রসৰ দেশৰ বাসিন্দা আছিলোঁ৷ আমাৰ অসমখন আৰু পিছপৰা আছিল৷ পুতৌ লগা আছিল যোগাযোগৰ ব্যৱস্থা৷ আজিৰ দিনৰ লগত আকাশ–পাতাল পার্থক্য৷ আজিৰInternetৰ যুগৰ তুলনাত আমি যোগাযোগৰ ক্ষেত্রত একোটা অর্ধমৃত…
Read More...