খানাপাৰাত বুজন পৰিমাণৰ বিলাতী সুৰা জব্দ
- খানাপাৰাত বুজন পৰিমাণৰ বিলাতী সুৰা জব্দ
- আবকাৰী বিভাগে জব্দ কৰে বিলাতী সুৰাখিনি
- মণিপুৰলৈ সৰবৰাহৰ সময়তে জব্দ মেঘালয়ৰ সুৰাখিনি
- জব্দ কৰা সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় ২০ লাখ টকা
- এজন ট্ৰাকত নুদোলচ্ কাৰ্টনৰ ভিতৰত ভৰাই আনিছিল সুৰাখিনি
- গোপন তথ্যৰ ভিত্তিত অভিযান চলায় আবকাৰী বিভাগে
- আবকাৰী বিভাগৰ অভিযানত ট্ৰাকখনত ওলাল ৪৯২ কাৰ্টন বিলাতী সুৰা
- ট্ৰাক খনৰ নম্বৰ NL 01 AJ 2125 , আটক কৰে এজন চালকক
ডিজিটেল ডেস্ক, ২৬ নৱেম্বৰ