নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বামুণীমৈদামত ছুৰিকাঘাত, আহতক GMCHত ভৰ্তি

হানিফ আলীক আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ধৃত আকিৰুলে

  • গুৱাহাটীৰ বামুণীমৈদামত চাঞ্চল্যকৰ ঘটনা
  • বামুণামৈদাম বজাৰত এজনক ছুৰিকাঘাত
  • আকিৰুল আলী নামৰ এজন যুৱকে হানিফ আলী নামৰ এজন লোকক ছুৰীৰে আঘাত কৰে
  • হানিফ আলীক আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ধৃত আকিৰুলে
  • মূৰত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হানিফ আলীক ইষ্ট এণ্ড নাৰ্চিং হোমত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে নাৰ্চিং হোম কৰ্তৃপক্ষই।

ডিজিটেল ডেস্ক, ২৫ নৱেম্বৰ

You might also like