নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ বেলতলাত যুৱকৰ ৰহস্যজনক মৃত্যু, নিশা আছিল প্ৰেয়সীৰ লগত

ৰহস্যজনকভাৱে মৃত্যুৰ পাছতেই জেমছৰ নিথৰ দেহ নিজেই নমাইছিল প্ৰেয়সীয়ে

  • গুৱাহাটী মহানগৰীৰ বেলতলাত যুৱকৰ ৰহস্যজনক মৃত্যু
  • মৃত যুৱকজনৰ নাম জেমছ বৰুৱা
  • বেলতলা লাষ্টগেটত থকা Surya Enclave ৰ B block ৰ 4E ফ্লেটত আছিল যুৱকজন
  • যোৱানিশা প্ৰেয়সীৰ লগত আছিল জেমছ
  • ৰহস্যজনকভাৱে মৃত্যুৰ পাছতেই জেমছৰ নিথৰ দেহ নিজেই নমাইছিল প্ৰেয়সীয়ে।
  • ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে সোধাপোছাৰ বাবে আটক কৰিছে যুৱতীগৰাকীক
  • ফৰেনছিকৰ দলে ফ্লেটটোত উপস্থিত হৈ চলাইছে পৰীক্ষা
  • দিছপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

নিয়মীয়া বাৰ্তা ডেস্ক, ২২ অক্টোবৰ

You might also like