নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপোনাৰ N-95 মাস্ক আছে যদি কৰক এই কাম…

নিয়মীয়া বাৰ্তা ৯ আগষ্টঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ সময়ত মাস্ক সকলোৱে ব্যৱহাৰ কৰে। মাস্ক সকলোৰে জীৱনৰ এক অবিচ্চেদ্য অংগ হৈ পৰিছে।মাস্ক ব্যৱহাৰ কৰাৰ লগতে ছেনিটাইজ কৰাটো বহু জৰুৰী। N-95 মাস্ক বহু লোকে ব্যৱহাৰ কৰে। আনহাতে মাস্ক ছেনিটাইজ কৰিবলৈ চাবোন আৰু পানীৰ ব্যৱহাৰ কৰে বহুলকো। কিন্তু আপুনি জানি আচৰিত হ’ব ইলেকট্ৰি কুকাৰে N-95 মাস্ক ছেনিটাইজ কৰিব পাৰি।

অযোধ্যাত বাবৰৰ নামত বনোৱা নহ’ব মছজিদ, চুন্নী ৱাকফ বোৰ্ডৰ ঘোষণা

Environmental Science & Technology Letters ৰ গৱেষণাত প্ৰকাশ পাইছে যে N-95 মাস্কক ইলেকট্ৰিক কুকাৰে ৫০ মিনিট সময় গৰম কৰি থৈ দিলে বীজাণু মৰিব পাৰে। আনহাতে অধ্যয়নত এইটো কথা গম পোৱা গৈছে যে N-95 মাস্কৰ ফিল্টাৰৰ পৰা কোনো ধৰণৰ সমস্যা নহয়।

লগতে গৱেষণাকাৰী সকলে জানিবলৈ দিছে যে ঘৰতে সহজতে উপলব্ধ ইলেকট্ৰিক কুকাৰত N-95 মাস্কক ৫০ মিনিট সময় ১০০ ডিগ্ৰী ছেলছিয়াছ কৰি ৰাখিলে বীজাণু মুক্ত হয়।

অধিক খবৰঃ

মুম্বাই আৰক্ষীৰ ডিচিপিৰে ঘনিষ্ঠ সম্পর্ক ৰিয়াৰ

জয় শ্ৰী ৰাম, ধ্বনি নিদিয়াৰ বাবে প্ৰহৃত অটো চালক

নেপালৰ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ কেপি অলীৰ 

You might also like