নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ ছমৰীয়াপামত গাঞ্জাসহ আটক চোৰাং ব্যৱসায়ী ছাহেদ

নিয়মীয়া বাৰ্তা, ৩ জুনঃ ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ মুৰৰ কামৰণি সৃষ্টি কৰা অবৈধ সামগ্ৰী ব্যৱসায়ৰ ঘাটিত পৰিণত হৈছে কামৰূপ জিলাৰ সোণতলী অঞ্চল। এই অঞ্চলসমূহত সঘনাই সংঘটিত হয় ভাং; গাঞ্জা; আফিং; ড্ৰাগছ; হেৰোইনৰ দৰে মাৰাত্মক দ্ৰব্যৰ বেহা। আৰক্ষী…

নাৰায়ণপুৰত ছাত্রীক অশালীন ব্যৱহাৰঃ বন চাফা কৰিলে চাৰি যুৱকে

নিয়মীয়া বার্তা, ৩ জুনঃ এচাম উদণ্ড যুৱকৰ বাবে বিগত কিছুদিন ধৰি অতিষ্ঠ হৈ পৰিছিল নাৰায়ণপুৰৰ এটা বৃহৎ অঞ্চলৰ ৰাইজ৷ দামী দামী বাইক লৈ নিতৌ বিদ্যালয়লৈ যোৱা ছাত্রীৰ মাজত সন্ত্রাস চলাই আহিছিল কেইজনমান যুৱকে৷ অৱশেষত ৰাইজ একগোট হৈ হাতে–লোটে ধৰি…

পাতল বায়ুৰ পৰাই উৎপাদন কৰিব পৰিচ্ছন্ন বিদ্যুৎ

🔹 বিদ্যুৎ উৎপাদনৰ অত্যাধুনিক পদ্ধতি 🔹 জার্নেল এডভাঞ্চড মেটেৰিয়েলত গৱেষণাৰ তথ্য নিয়মীয়া বাৰ্তা, ৩ জুনঃ জীৱাশ্ম ইন্ধনৰ বিকল্প হিচাপে বিদ্যুৎ উৎপাদনৰ উৎসৰ সন্ধান বিজ্ঞানীসকলে কৰি আছে৷ জলবায়ু পৰিৱর্তনে বিদ্যুতৰ উৎসৰ প্রতি ভাবুকি কঢ়িয়াই অনাৰ…

পাকিস্তানক হৰুৱাই খিতাপ জয় ভাৰতৰ

🟢 জুনিয়ৰ এছিয়া কাপ হকী প্রতিযোগিতা নিয়মীয়া বাৰ্তা, ৩ জুনঃ অভিলেখসংখ্যক চতুর্থবাৰৰ বাবে জুনিয়ৰ পুৰুষ এছিয়া কাপ হকী প্রতিযোগিতাৰ খিতাপ জয় কৰিলে ভাৰতে৷ অ’মানত অনুষ্ঠিত প্রতিযোগিতাখনৰ বৃহস্পতিবাৰে হৈ যোৱা তীব্র উত্তেজনাপূর্ণ ফাইনেল মেচখনত…

অশান্ত মণিপুৰৰ ৫ জিলাত সান্ধ্য আইন প্রত্যাহাৰ 

🔹 চাৰিদিনীয়া ভ্রমণ সামৰিলে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে 🔹 পৰিস্থিতি স্বাভাৱিক হোৱাৰ দিশে নিয়মীয়া বাৰ্তা, ৩ জুনঃ গোষ্ঠীগত সংঘর্ষত অশান্ত মণিপুৰ স্বাভাৱিক হোৱাৰ দিশত৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৰাজ্যখনত চাৰি দিন ধৰি গোষ্ঠীগত সংঘর্ষৰ…

মঞ্চত বাগৰি পৰিল মার্কিন ৰাষ্ট্রপতি বাইডেন

🔹 ক’লোৰাডোত বায়ুসেনা একাডেমীৰ স্নাতক সমাৰোহত অঘটন নিয়মীয়া বাৰ্তা, ৩ জুনঃ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জ’ বাইডেনে ক’লোৰাডোৰ বায়ুসেনা একাডেমীৰ স্নাতক সমাৰোহৰ মঞ্চত বাগৰি পৰাক লৈ ব্যাপক চর্চাৰ সৃষ্টি হৈছে৷ ক’লোৰাডোত বায়ুসেনাৰ স্নাতকক…

পথ দুর্ঘটনা

অসমত প্রতিবছৰে বুজনসংখ্যক মানুহে পথ দুর্ঘটনাত প্রাণ হেৰুৱায়৷ একোজন ব্যক্তিৰ এনে অনাহূত মৃত্যুৰ লগে লগে মুহূর্ততে নির্বাপিত হৈ যায় একোটা পৰিয়ালৰ আশা–আকাংক্ষাৰ চাকিগছি৷ দুর্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে হৈ–চৈ হয় আৰু লাহে লাহে সকলো শাম কাটে৷…

চাইকেল চলাওঁ আহক… (বিশ্ব চাইকেল দিৱস উপলক্ষে)

অসমৰ সমাজ জীৱনলৈ প্রথম চাইকেলৰ আগমন ঘটোৱা মানুহজন আছিল দেশভক্ত তৰুণৰাম ফুকন৷ তেতিয়া ৰাইজে চাইকেলৰ নাম দিছিল লোহাৰ ঘোঁৰা৷ তৰুণৰাম ফুকনে লোহাৰ ঘোঁৰাত উঠি স্বাধীনতা সংগ্রামৰ বাণী বিলাই ফুৰিছিল৷ অতি কম সময়ৰ ভিতৰতে চাইকেল অসমৰ গাঁৱে–ভূঞে জনপ্রিয়…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৩ জুন, জেঠ মাহৰ ১৯ তাৰিখ শনিবাৰঃ তিথি–শুক্লা চতুর্দশী, নক্ষত্রঃ বিশাখা, যাত্রাঃ শুভ মেষঃ কর্মক্ষেত্রত জটিলতাৰ উদয় হ’ব পাৰে৷ কোনো কাৰণে মনটো গধুৰ হ’ব পাৰে৷ ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ১৷ বৃষঃ ৰাজহুৱা…