নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৬ এপ্রিল, চ’ত মাহৰ ২৩ তাৰিখ
শনিবাৰ ঃ তিথি– কৃষ্ণা দ্বাদশী, নক্ষত্র ঃশতভিষা, যাত্রা ঃ নাই

মেষঃ কর্মস্থানত মধ্যম৷ বিদ্যাত শুভ দূৰ ভ্রমণৰ যোগ আছে৷ দাম্পত্যত শুভ৷ ঘৰ–বাৰী পৰিকল্পনাত উপকৃত হ’ব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷

বৃষঃ কোনো সংবাদে মানসিক অশান্তি বৃদ্ধি কৰিব পাৰে৷ শিৱ মন্দিৰ দর্শন কৰক৷ পিছবেলা ভ্রমণ নকৰিব৷ কমলা ৰং শুভ৷ শুভ সংখ্যা ৫৷

মিথুনঃ কর্ম ব্যস্ততা বাঢ়িব৷ আর্থিক সম্পত্তি লাভ কৰিব৷ দাম্পত্যত মধ্যম৷ যান–বাহনৰ পৰা সতর্ক হওক৷ নীলা ৰং শুভ৷ শুভ সংখ্যা ৩৷

কর্কটঃ কর্মস্থানত কিছু জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ ধনাগমন বৃদ্ধি৷ আঁকোৰগোজ মনোভাবে ক্ষতি কৰিব৷ ভ্রমণত শুভ৷ নীলা ৰং শুভ৷ শুভ সংখ্যা ১৷

সিংহঃ আর্থিকত মধ্যম৷ কর্মস্থান আশা কৰা মতে সফল হ’ব৷ জ্ঞানী ব্যক্তিৰ দর্শনে অনুপ্রেৰণা৷ স্বাস্থ্য মধ্যম৷ বগা ৰং শুভ৷ শুভ সংখ্যা ৫৷

কন্যাঃ দু–সংবাদৰ যোগাযোগে আনন্দ দিব৷ কর্মক্ষেত্রত দায়িত্ব সম্পর্কে সচেতন থাকক৷ ক’লা গৰুক ৰুটী খুৱাব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৮৷

তুলাঃ কর্মক্ষেত্রত ব্যস্ততা বাঢ়িব৷ শৰীৰ পুৰণি ৰোগৰ পৰা মুক্ত হ’ব৷ ৰঙা শুভ ৰং৷ যান–বাহন ক্রয় কৰিব পাৰিব৷ শুভ সংখ্যা ৪৷

বৃশ্চিকঃ অত্যধিক পৰিশ্রম হ’ব পাৰে৷ কর্ম আৰু দাম্পত্য শুভ৷ দূৰ ভ্রমণ কৰিব পাৰিব৷ স্বাস্থ্যৰ উন্নতি৷ গণেশক পূজা কৰিব৷ হালধীয়া ৰং শুভ৷ শুভ সংখ্যা ৩৷

ধনুঃ কর্মক্ষেত্রত মধ্যম৷ খৰচৰ মাত্রা বাঢ়িব৷ দুশ্চিন্তাই মনৰ অস্থিৰতা বৃদ্ধি কৰিব৷ শৰীৰৰ প্রতি যত্ন লওক৷ আনৰ কথাত গুৰুত্ব নিদিব৷ আকাশী ৰং শুভ৷ শুভ সংখ্যা ৩৷

মকৰঃ ব্যৱসায়–বাণিজ্য অধিক লাভৱান হ’ব৷ বিদ্যার্থী শুভ৷ কর্মস্থানত ব্যস্ততা বাঢ়িব৷ গোপন শত্রু বাঢ়িব৷ বেঙুনীয়া ৰং শুভ৷ শুভ সংখ্যা ৬৷

কুম্ভঃ হঠাৎ অর্থলাভ হ’ব পাৰে৷ জটিল সমস্যাৰ পৰা মুক্ত হ’ব৷ মানসিক সন্তুষ্টি লাভ কৰিব৷ সন্মান বৃদ্ধি পাব৷ কমলা ৰং শুভ৷ শুভ সংখ্যা ১৷

মীনঃ ব্যৱসায়ত শুভ৷ পদোন্নতিৰ যোগ৷ পাৰিবাৰিক শান্তি৷ বিদ্যাত মধ্যম৷ বন্ধুৰ পৰা আনন্দ লাভ৷ ৰঙা শুভ ৰং৷

You might also like